বেটুপাত

নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ

দ্বীপান্বিতা কলিতা (ইংৰাজী: Dwipannita Kalita, জন্ম: প্ৰায় ১৯৮৯) হৈছে ভাৰতীয় সেনাৰ এগৰাকী চিকিৎসা বিষয়া তথা অসম ৰাজ্যৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ। তেওঁ আগ্ৰাত থকা ভাৰতীয় সেনাৰ ক্ষেত্ৰস্থলীত উৰণ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ২০২৩ চনত ৩৪ বছৰ বয়সত পেৰাট্ৰুপাৰ বেজ আৰু মেৰুণ বেৰেট লাভ কৰে।

২০২৫ চনৰ জানুৱাৰী মাহত মেজৰ পদবীলৈ উন্নীত হোৱা দ্বীপান্বিতা কলিতা ২০২৫ চনৰ আগষ্ট মাহৰ ফেমিনা ইণ্ডিয়া আলোচনীৰ স্বাধীনতা দিৱসৰ বিশেষ সংস্কৰণৰ প্ৰচ্ছদত অন্তৰ্ভুক্ত হৈছিল, য’ত ভাৰতীয় সেনাৰ দহগৰাকী মহিলা বিষয়াক সন্মান জনোৱা হৈছিল৷ সংখ্যাটোৰ থিম (বিষয়বস্তু) আছিল -ইন দ্য লাইন অৱ ডিউটি'।
ইয়াত বিতংকৈ পঢ়ক
আপুনি জানেনে?
আপুনি জানেনে...
বড়ো সাহিত্য সভাৰ প্ৰতীক চিহ্ন
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/অক্টোবৰ,২০২৬
অসমত স্থানীয়ভাৱে হালধিৰ ফুল নামেৰে জনাজাত কাৰ্কুমা লংগা পুষ্পপুঞ্জ - সদস্য অজয় দাসে তোলা এই ছবিখনে "ৱিকি লাভছ্ মেডিচিনেল প্লাণ্ট ২০২৬" শীৰ্ষক প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে।
আলোকচিত্ৰ:অজয় দাস

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

নিৰ্বাচিত মিডিয়া
যোৰহাট, অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ এটা হাতীৰ জাক। হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে Hollongapar Reserved Forest বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল) হৈছে ভাৰতৰ অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়।


মিডিয়া সংগ্ৰহকাৰী: কুমুদ ঘোষ

পূৰ্বৰ নিৰ্বাচিত মিডিয়াসমূহ – অধিক নিৰ্বাচিত মিডিয়া...

পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিকিউদ্ধৃতি, ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐকমত্য · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
ফেইচবুক এক্স (টুইটাৰ) ইনষ্টাগ্ৰাম ইউটিউব টেলিগ্ৰাম 
ভাষা